পৃথিৱীৰ ১০ টা লোকপ্ৰিয় Websites


আজিৰ যুগত কম্পিউটাৰ মানৱ জীৱনৰ বহুত গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে ৷ আৰু ইয়াৰ লগতে Internet ৰ ব্যৱহাৰ কৰা users ৰ সংখ্যাও প্ৰত্যেক দিনে বাঢ়ি গৈ আছে ৷ যেতিয়া কিবা নজনা কথা বা কিবা বিষয়ৰ বাবে জানিব লগা থাকে তেতিয়া মানুহে সকলোতকৈ আগতে website ত যায় নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰে আৰু তেওঁলোকে তথ্যখিনি লাভ কৰে ৷ Internet ৰ পৃথিৱীত নগণ্য websites প্ৰত্যেক দিনাই বনোৱা হয় আৰু ইয়াৰ কিছুমান website এনেকুৱা আছে যিবোৰে internet users ৰ জীৱনত এক ব্যতিক্ৰমী ভূমিকা লৈছে ৷ সেই websites মানুহৰ প্ৰত্যেক দিনৰ কাৰ্যৰ এক অংশ হৈ পৰিছে ৷ 



একপ্ৰকাৰ সংগীৰ নিচিনা হৈ পৰিছে যেনে Facebook, Google, Yahoo আৰু Youtube ৷ এইবোৰ websites ৰ অবিহনে আমাৰ দিন পূৰা হ’ব নোৱাৰে ৷ এইবোৰ websites ৰ বাহিৰে এনে আৰু বহুতো websites আছে যিবোৰ অন্য ডাঙৰ দেশত জনপ্ৰিয় হয়,এইবোৰৰ বিষয়ে আমি বহুত কম শুনিছো ৷ 



তেন্তে আহক এই লেখনি টোত মই আপোনাক world ৰ বহুত জনপ্ৰিয় top 10 websites ৰ বিষয়ে জনাম, যিবোৰত গোটেই পৃথিৱীয়ে প্ৰত্যেক দিনে visit কৰে ৷



এই সকলো websites ৰ লোকপ্ৰিয়তা তাৰ visitors কাৰণে আছে ৷ Visitors ৰ number ক লৈ top 10 most popular websites in the World list বনোৱা গৈছে ৷ এই সকলো কেৱল এটা এটা website য়ে নহয়, এইবিলাক পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাঙৰ কোম্পানীৰ তালিকাত সন্নিৱিষ্ট হৈ আছে ৷



Top 1O most popular websites in the world 2020


Google যেতিয়াৰ পৰা বনোৱা হৈছে, তেতিয়াৰ পৰা প্ৰথম নম্বৰত আছে, কিয়নো এইটো পৃথিৱীৰ সকলোতকৈ অধিক use কৰা search engine হয় ৷ এই list ৰ জৰিয়তে মই আপোনাৰ সৈতে Internet ৰ লগত জড়িত কিছুমান দৰকাৰী তথ্য share কৰিব বিচাৰিছোঁ ৷ যদি আপুনি Internet ৰ user হয় তেন্তে আপুনি এই সকলো বোৰৰ বিষয়ে জনাটো বহুত প্ৰয়োজনীয় ৷



1. Google


Google পৃথিৱীৰ সকলোতকৈ জনপ্ৰিয় web search engine হয় ৷ এইটো website য়ে বহুতো features দিয়ে, যেনে আপুনি কিবা কথা বা বিষয়ৰ ওপৰত জানিব বিচাৰে তেন্তে তাৰ সকলো detail আপুনি তৎক্ষণাত পাব ৷ Google ৰ সকলোতকৈ জনপ্ৰিয় email service হ’ল Gmail, যাৰ জৰিয়তে আমি নিজৰ mail account ও বনাব পাৰো ৷ Google website ৰ জৰিয়তে আমি বিশ্বৰ সকলো information ৰ সৈতে web pages, images আৰু videos ও search কৰিব পাৰো ৷ Google য়ে smartphones ৰ বাবে social networking tools, organization tools আৰু chat tools ৰ সুবিধাও দিয়ে যেনে Google+ ৷ এইবোৰ কাৰণৰ বাবে Google আজি top most popular website হয় ৷




পৃথিৱীৰ ১০ টা লোকপ্ৰিয় Websites,top trending websites in Assamese,most visited websites in india 2020 in Assamese,Top 1O most popular websites in the world 2020,




1 comment:

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.