ইন্টাৰনেটৰ পৰিভাষা কি?



ইন্টাৰনেট বিগত কেইবছৰমান ভিতৰত বহু জনপ্ৰিয়তা লাভ কৰিছে, লগতে ই যোগাযোগৰ মাধ্যম হিছাপে অধিক মহত্ত্বপূৰ্ণ অংগ হৈ পৰিছে ৷


Internet শব্দটোৰ উৎপত্তি হৈছে Interconnection আৰু Networks শব্দ দুটাৰ পৰা ৷ ইয়াতে কথাটো হল আপুনি বাৰু জানেনে ইন্টাৰনেটৰ পৰিভাষা কি? কিয়নো আমি সকলোৱে ইন্টাৰনেটৰ ব্যৱহাৰ কৰিবতো জানো , কিন্তু ইয়াৰ অৰ্থ আমি নাজানো ৷ এইটো এনেকুৱা হৈছে যে আমি খোৱা খিনিতো খাওঁ কিন্তু কি খাই আছো গম নাপাও ৷




Network হল আচলতে দুটা বা তাতকৈ অধিক কম্পিউটাৰৰ collection, যিয়ে এটাই আনটোৰ লগত information আৰু resources share কৰে ৷ যদি আমি ইন্টাৰনেটৰৰ কথা কও তেতিয়াহলে ই worldwide system of computer networks .যাৰ অৰ্থ নেটৱৰ্কৰ নেটৱৰ্ক (Network of networks).



এই Internet ৰ মাধ্যমত কম্পিউটাৰ আৰু অন্য communication device অতি সহজে তথ্যসমূহৰ আদান প্ৰদান কৰে ৷ বেছিভাগ লোকে ইন্টাৰনেটৰৰ ব্যৱহাৰ email send আৰু receive কৰাৰ বাবে ব্যৱহাৰ কৰে বা net browse কৰাৰ বাবে আৰু information retrieve কৰাৰ বাবেই ৷ 


এই সকলোবোৰ কথা গম পাই মই ভাবিলো যে  আপোনালোকক ইন্টাৰনেটৰ সম্বন্ধে সকলোবোৰ কথা  অবগত কৰাও ৷ যাৰ জৰিয়তে ইন্টাৰনেটৰ সম্বন্ধে আৰু অধিক ভালকৈ বুজি পোৱাত আপোনাৰ সুবিধা হব ৷ তেন্তেই আহক পলম নকৰি আৰম্ভ কৰো ৷



ইন্টাৰনেটৰ সৰল পৰিভাষা (Definition of Internet in Assamese)


ইন্টাৰনেট হল এনে এখন Networks ৰ মায়াজাল , যাৰ জৰিয়তে পৃথিৱীৰ সকলো কম্পিউটাৰক একেলগে আৰু একে networks ৰ দ্বাৰা জড়িত বা সংযোগ কৰিব পৰা যায় ৷ ইন্টাৰনেট এনে এটা মাধ্যম যাৰ জৰিয়তে আমি যিকোনো কম্পিউটাৰক অন্য যিকোনো কম্পিউটাৰৰ দ্বাৰা সংযোগ কৰিব পাৰো ৷ ই লাগিলে পৃথিৱীৰ যিকোনো প্ৰান্তত নাথাকক কিয় ৷ সেইবাবেই INTERNET ক নেটৱৰ্কৰ নেটৱৰ্ক বুলিও কোৱা হয় ৷ 



ইন্টাৰনেট বিশ্বস্তৰত এনেভাৱে জড়িতহৈ থকা নেটৱৰ্ক system যিয়ে TCP/IP প্ৰটোকলৰ জৰিয়তে এটা কম্পিউটাৰে অন্য এটা কম্পিউটাৰৰ লগত বিভিন্ন প্ৰকাৰৰ মিডিয়াৰ মাধ্যমত খবৰ , তথ্যপাতি আদান প্ৰদান কৰিব পাৰি ৷ ইয়াৰ লগত কম্পিউটাৰ Server য়ো  অন্তভূক্ত আছে ৷




ইন্টাৰনেটৰ অৰ্থ কি


সহজ অৰ্থত কবলৈ গলে ইন্টাৰনেট এটা globally connected network system হয় ৷ যিয়ে TCP/IP ৰ ব্যৱহাৰ কৰে ভিন্ন ভিন্ন মিডিয়াৰ মাধ্যমৰে data transmit কৰাৰ বাবে ৷ ইন্টাৰনেট এটা নেটৱৰ্ক system হয়  global exchange ৰ ৷ যত private, public, business, academic আৰু government network য়ো জড়িতহৈ আছে ৷ অন্যহাতে এইসকলোবোৰেই জড়িত হৈ আছে guided, wireless আৰু fiber-optic technologies ৰ মাধ্যমেৰে ৷




Internet আৰু World Wide Web , এই শব্দ দুটা এটাই আনটোৰ পৰিপূৰক (interchangeably) বুলি ব্যবহাৰ কৰা হয় ৷ কিন্তু আচলতে এই দুটা একে সমান নহয় ৷ ইন্টাৰনেটে উল্লেখ (refer) কৰে global communication system ক, যত hardware আৰু infrastructure জড়িত আছে ৷ আনহাতে web একপ্ৰকাৰৰ services বুলি মনা হয় ৷ যাক ইন্টাৰনেটৰ দ্বাৰাহে communicate কৰা হয় ৷



ইন্টাৰনেটৰ পৰিচয়


ইন্টাৰনেটক কোৱা হয় Information super Highway বুলি ৷ যাৰ দ্বাৰা information সমূহ access কৰা হয় over the web . কিন্তু ইয়াক অন্যান্য বিভিন্ন প্ৰকাৰেৰে পৰিভাষিত কৰিব পাৰি ৷ বলক সেইসমূহৰ বিষয়ে জানি লও ৷


1. Internet এটা world wide global system হয় interconnected computer networks ৰ ৷

2. Internet এ ব্যৱহাৰ কৰে Standard Internet Protocol (TCP/IP) ৰ ৷

3. প্ৰত্যেকটো কম্পিউটাৰ যিয়ে internet ৰ দ্বাৰা জড়িত হৈ আছে তাক identify কৰা হয় unique IP address ৰ মাধ্যমত ৷

4. IP Address হল এটা unique set of numbers (যেনে 120.11.33.115). যিয়ে এটা কম্পিউটাৰৰ location ক identify কৰে ৷ 

5. এটা special কম্পিউটাৰ  DNS (Domain Name Server ) ৰ ব্যৱহাৰ কৰা হয় IP Address সমূহক নাম প্ৰদান কৰাৰ বাবে ৷ যাৰ জৰিয়তে এজন user এ এটা কম্পিউটাৰক তেওঁৰ নামেৰে locate কৰিব পাৰে ৷

6. উদাহৰণস্বৰূপে এটা DNS server য়ে resolved (সংকল্প) কৰে এটা website ৰ নাম https://assamesene.blogsopt.com ক এটা নিৰ্দিষ্ট IP address ত ৷ যাৰ দ্বাৰা গম পোৱা যায় যে সেই website টোক কোনটো কম্পিউটাৰত host কৰা হৈছে ৷

7. Internet ৰ সুবিধা সকলো users ৰ বাবেই সুলভ ৷




ইন্টাৰনেটৰ ব্যৱহাৰ


Internet ৰ সংকল্পটো (concept) 1969 চনৰ পৰা আৰম্ভনি হৈছিল , আৰু ইয়াত বহুতো technological আৰু Infrastructural changes ও কৰা হৈছে ৷ যাৰ বিষয়ে তলত আলোচনা কৰা হল -


1. Internet ৰ আৰম্ভনি এটা সংকল্পৰ (concept) পৰা আৰম্ভণি ঘটিছে ৷ তাক Advance Research Project Agency Network (ARPANET) বুলি কোৱা হয় ৷

2. ARPANET ক বিকাশ (develop) কৰা হৈছিল United States Department ৰ Defense (প্ৰতিৰক্ষা) ৰ বাবে। যাৰ বাবে চৰকাৰে এটা special department ৰ সংৰচনা কৰিছিল ৷


3. ARPANET ৰ মুখ্য কাম আছিল চৰকাৰৰ বিভিন্ন বিভাগ সমূহৰ মাজত যোগাযোগ স্থাপন কৰা ৷ 

4. আৰম্ভণি সময়ত কেৱলমাত্ৰ চাৰিটা nodes আছিল ,যাক এতিয়া hosts বুলি কোৱা হয় ৷

5. আনহাতে 1972 চনত ARPANET লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল ৷ যাৰ জৰিয়তে এতিয়া প্ৰায় 23টা  nodes উপলব্ধ আছে বেলেগ বেলেগ দেশত, আৰু এতিয়া ইয়াক Internet নামেৰে জনা যায় ৷ 

6. পিছত আকৌ নতুন নতুন Technologies আহিল ৷ যেনে TCP/IP protocol ,DNS, WWW. browsers ,scripting language ইত্যাদি ৷ এতিয়া ইন্টাৰনেটৰ মাধ্যমত creator সকলে content publish কৰিব পাৰে ৷




ইন্টাৰনেট সম্বন্ধে কিছু আচৰিত কথা ৷



যি ইন্টাৰনেটক আমি আজি দেখি আছো ই আমি ভাবিব নোৱাৰা ধৰণে  বহু  বেগেৰে বিস্তাৰিত হৈ আছে ৷ ইন্টাৰনেটৰ আৰম্ভণিৰে পৰাই , ৱেবছাইটৰ সংখ্যায়ো বহু বেগেৰে বাঢ়ি গৈ আছে আৰু লগতে web ত stored data ৰ মাত্ৰায়ো বাঢ়ি গৈ আছে ৷ 


কেইবছৰ মান আগতে Google ৰ দ্বাৰা চলোৱা এটা survey ৰ পৰা যি estimates (আকলন) আৰু data সন্মুখত আহিছে সচাকৈয়ে Internet ৰ বিষয়ত আচৰিত কৰি দিয়া কথা ৷


আহক অলপ এনেকুৱা ধৰণৰ  বিষয়ৰ বিষয়ে জানি লও ৷ যাৰ জৰিয়তে আমি ইন্টাৰনেটৰ উৎপত্তি আৰু ইয়াৰ বৰ্তমানৰ পৰিস্থিতিৰৰ উমান পাম ৷


1. Google ৰ পূৰ্ব report মতে , 2010 চনলৈ internet ত প্ৰায় 5 Million Terabytes ৰ data মজুত আছিল ৷


ইয়াত আচৰিত কৰি দিয়া কথাটো হল Google এ নিজে কৈছে যে ,তেওঁলোকে বৰ্তমানলৈ internet ত উপলব্ধ  থকা content সমূহৰ কেবল মাত্ৰ 0.004% ৰ data হে index কৰিছে ৷ তেন্তেই ভাবি চাওক কিমান data ইন্টাৰনেটত উপলব্ধ আছে ৷ কিয়নো মাত্ৰ 0.004% data হে index কৰিছে ৷ 



আনহাতে 2018 চনৰ  October ৰ 14 তাৰিখলৈ প্ৰায় 4.46 billion pages ইন্টাৰনেটত উপলব্ধ আছিল ৷ যি সচাকৈয়ে বহু আচৰিত কথা ৷ 


2. আনহাতে 2018 চনৰ October মাহলৈ ইন্টাৰনেটত 1.9 billion websites ত কৈয়ো অধিক websites উপলব্ধ আছিল ৷ 14 অক্টোবৰ 2018 লৈ প্ৰায় 441 million Tumblr blogs ইন্টাৰনেটত উপলব্ধ আছিল ৷  আনহাতে 75.8 million blogs আৰু business sites  WordPress ত উপলব্ধ আছিল ৷


প্ৰতিদিনে প্ৰায় 5 million ত কৈয়ো অধিক blog posts publish কৰা হয় ৷



3. 95 million photos প্ৰতিদিনে Instagram ত upload কৰা হয় ৷ 
কিন্তু সকলোতকৈ দুখ লগা কথা হল 70% ত কৈয়ো অধিক Instagram posts ক কোনেও নাচায় ৷



4. Internet users য়ে 2016 চনতে প্ৰায় 1 zettabyte bandwidth ডাটা consume (ব্যৱহাৰ) কৰিছিল ৷ 


One Zettabyte মানে হল এহেজাৰ Exabytes, one billion Terabytes বা এক trillion Gigabytes. আপুনি এবাৰ ভাবি চাওক কিমান ডাটা হব পাৰে ৷


আনহাতে Cisco ৰ এক প্ৰতিবেদন মতে 2021 চনলৈ 82% IP traffic কেবল video  য়ে হব ৷


5. পৃথিৱীৰ 7 Billion মানুহল ভিতৰত 4 Billion মানুহ আগৰে পৰাই Online দ্বাৰা জৰিতহৈ আছে ৷

InternetLiveStats (ILS) য়ে ইন্টাৰনেটৰ Active state(সক্ৰিয় উপভোক্তা) ক monitor (লক্ষ্য) কৰি থাকে , আৰু 2018 চনৰ অক্টোবৰ মাহলৈকে প্ৰায় 4,045,421,895 users web ত online active আছিল ৷ আনহাতে এই সংখ্যা আহি থকা 2021 চনলৈ আৰু অধিক বৃদ্ধি পাব ৷ 


6. সমগ্ৰ ইন্টাৰনেটত প্ৰতিদিনে প্ৰায় 85,000+ websites hacked হয় ৷ 

WordPress আৰু Joomla সকলোতকৈ affected CMS (content management systems) হয় ৷ 


7. প্ৰতি ঘন্টাত প্ৰায় 5000 ত কৈয়ো অধিক domain names register কৰা হয় ৷ 


যদি আমি হিচাপ কৰো তেতিয়াহলে প্ৰায় 120,000 Domains এদিনত আৰু 43 million domain names এবছৰৰ ভিতৰত register কৰা হয় ৷ ইয়াত আচৰিত কৰি দিয়া কথাটো হল যে ইয়াৰ ভিতৰত 75% ত কৈয়ো অধিক Domains ক Parked বা not resolving ৰ অৱস্থাত (conditions) ৰখা হয় ৷ ইয়াৰ কাৰণ এটাই যে আপুনি আপোনাৰ মনপচন্দৰ .com domain name অতি সহজে নাপায় ৷ 

No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.