কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?

what is computer in Assamese, types of computers with pictures, computers and their functions, কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?Technology,


আপুনি জানেনে কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ? নিশ্চয় আপোনালোক সকলোৱে  কম্পিউটাৰৰ (Computer) ব্যৱহাৰ কৰিছে ৷ কিয়নো ই আজিকালি অতি সহজে সকলোতে উপলব্ধ,  লাগিলে সি স্কুলতে হওক বা অফিচতে হওক ৷ তাত হয়তো আপোনালোকে  লক্ষ্য কৰিছে যে সকলোবোৰ computer ৰ আকাৰ আৰু তাৰ কাৰ্য় কৰাৰ ক্ষমতা সমান নহয় ৷ 



যত কিছুমান computer ৰ আকাৰ বহু সৰু হয় আৰু কিছুমান computer ৰ আকাৰ বহু ডাঙৰ হয় ৷ কিছুমান কম্পিউটাৰে আকৌ বহু বেগেৰে কাম কৰে আৰু কিছুমান কম্পিউটাৰৰ কাৰ্য কৰাৰ বেগ বহু কম ৷ এতিয়া প্ৰশ্ন হয় যে সকলোবোৰ কম্পিউটাৰ একে হয়নে, নে বেলেগ বেলেগ ৷



এই প্ৰশ্নৰ উত্তৰ দিবৰ বাবেই আজিৰ এই article কম্পিউটাৰৰ বিভিন্ন প্ৰকাৰ বিষয়ে মই আজি আপোনালোকক বাৰ্তা প্ৰদান কৰিম বুলি ভাবিছো ৷ 



এই article ত আমি আজি computer ৰ লগত জড়িত সকলো প্ৰকাৰৰ বিষয় সম্বন্ধে জানিম আৰু লগতে এইটোও জানিম যে ইয়াৰ কাৰ্য প্ৰণালী, উদেশ্য আৰু আকাৰ হিচাপে কেনেকৈ ভাগ কৰা হয় ৷ আশা কৰো যে এই article টো শেষ নোহোৱালৈকে আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ নিশ্চিত ভাবে লাভ কৰিব ৷




তেতিয়া হলে বলক পলম নকৰি আহক আৰম্ভ কৰো পাৰ্চনেল কম্পিউটাৰৰ (personal computer) প্ৰকাৰৰ বিষয়ে ৷



কম্পিউটাৰ কি হয় ? 



কম্পিউটাৰ এনেকুৱা এটা মেচিন (machine) হয় যাক এনে ধৰণেৰে program কৰা হৈছে , যাৰ বাবেই ই বহুতো কাম আমাৰ বাবে কৰিব পাৰে ৷ ই আমাৰ নিৰ্দেশ (commands) সমূহ input হিচাপে লয় আৰু তাক process কৰে , আৰু  শেষত আমাৰ ‌results output হিচাপে প্ৰদান কৰে । 



ইয়াৰ কিছুমান মহত্ব পূৰ্ণ বৈশিষ্ট্য আছে । যেনে ধৰক - 

  1.  ই respond  কৰে আৰু এক নিৰ্দিষ্ট set of instructions ক তাকো (শুদ্ধ ৰূপে) well-defined manner  ত । 
  2. ই কাৰ্য সম্পন্ন (execute ) কৰে এটা‌ pre-recorded list of instructions ক‌ । (যাক program বুলি কোৱা হয় )
  3.  ই‌ বহু পৰিমাণৰ ডাটা সংৰক্ষণ (store) আৰু  পুনৰ উদ্ধাৰ ( retrieve) কৰিবলৈ সক্ষম ‌হয় ।



ইয়াৰ উপৰিও কম্পিউটাৰে বহুতো জটিল আৰু বাৰে বাৰে কৰা কামক (repetitive procedures) তৎকালীন ভাবে, সঠিককৈ আৰু বিশ্বাসযোগ্যকৈ সম্পন্ন কৰাত সক্ষম হয় ।



আধুনিক computer ৰ কথা কও যদি তেন্তে ই ইলেক্ট্ৰনিক আৰু ডিজিটেল (digital) হয় ৷ ইয়াত যি actual machinery বা আহিলা- পাতি  (wires, transistors আৰু circuits ) থাকে তাক হাৰ্ডৱেৰ (hardware) বুলি জনা যায় ৷ আানহাতে instructions আৰু data ক ছফ্টৱেৰ (software) বুলি জনা যায় ৷ 



সকলো general-purpose computers বা সাধাৰণ কামৰ বাবে ব্যৱহাৰ কৰা কম্পিউটাৰত তলত উল্লেখ কৰা hardware components (আহিলা- পাতি) বোৰ থাকে ৷ 



1. Central processing unit (CPU) : ইয়াক কম্পিউটাৰৰ heart বুলিও কব পাৰি ৷ ই এটা এনেকুৱা আহিলা (component) যিয়ে instructions (আদেশ) বোৰক execute (কাৰ্যকৰী) কৰে ৷ ইয়াক এনেকৈ organized বা গঠন কৰা হয় যাতে ই programs ("software'') আৰু কম্পিউটাৰক নিৰ্দেশনা কৰে যে কি কৰিব লাগিব ৷ 


2. Memory (fast, expensive, short-term memory) : ই কম্পিউটাৰক সক্ৰিয় কৰে ডাটা সমূহ জমা (store) কৰাৰ বাবে ৷ 


3. Input Device : এই input device ৰ কাম হল ডাটা আৰু instructions (নিৰ্দেশ) সমূহ কম্পিউটাৰত সোমোৱাৰ (enter) বাবে ৷ ইয়াৰ ভিতৰত কী-বৰ্ড আৰু মাউচ প্ৰধান ৷ 


4. Output Device: users বা আমাক final results দেখুৱাবৰ বাবে output device ৰ ব্যৱহাৰ কৰা হয় ৷ যেনে display screen, printer ইত্যাদি ৷ 


5. Mass Storage Device (slower, cheaper, long -term memory) : ইয়ে কম্পিউটাৰ এটাক allow কৰে চিৰস্থায়ী হিছাপে বহু পৰিমাণৰ ডাটা আৰু programs ক সংৰক্ষিত কৰি ৰাখিবৰ বাবেই ৷ ইয়াৰ ভিতৰত আমি disk drive আৰু tape drive  ৰ কথা উল্লেখ কৰিব পাৰো ৷ 





কম্পিউটাৰৰ প্ৰকাৰ -Types of Computer in Assamese



আপোনালোক সকলোৱে হয়তো কম্পিউটাৰৰ প্ৰকাৰৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিব ৷ সাধাৰণতে কম্পিউটাৰৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে ৷ কিন্তু সেইবোৰৰ বিষয়ে সহজে বুজি পাবৰ বাবে বেলেগ বেলেগ categories ত ভাগ কৰা হয় ৷ যাৰ বাবেই যিকোনো মানুহৰ বাবে অতি সহজে বুজি পোৱাত সুবিধা হব ৷ 




কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?



মুখ্য ৰূপত ইয়াক তিনিটা বেলেগ বেলেগ আধাৰত ভাগ কৰা হয় ৷ 

1. কাৰ্য প্ৰণালীৰ আধাৰত
2. উদ্দেশ্যৰ আধাৰত
3. আকাৰৰ আধাৰত 



কাৰ্য প্ৰণালীৰ আধাৰত কম্পিউটাৰৰ প্ৰকাৰ


কাৰ্য প্ৰণালীৰ আধাৰত ইয়াক Analog, Digital, আৰু Hybrid এই তিনিটা ভাগত  বৰ্গীকৰণ কৰা হয় ৷ ইয়াৰ বিষয়ে আমি এটা এটাকৈ আলোচনা কৰিম ৷


No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.