মনিটৰ (Monitor) কি হয় আৰু ইয়াৰ প্ৰকাৰ ? 





আপুনি জানেনে কম্পিউটাৰ মনিটৰ কি হয় (Monitor in Assamese) ? নিশ্চয় আপুনি ইয়াৰ বিষয়ে শুনিছে ; কিয়নো আমি সকলোৱে বহুত পৰিচিত হয় Computer Monitors ৰ লগত ৷ আমি আমাৰ বেছি ভাগ সময় এই  Monitors ৰ সন্মুখত বহি কটাও ৷ যেনে Gaming কৰা , Movies চোৱা , এনেকৈ বহুতো কাম ৷ ঠিক একেদৰেই মনিটৰৰ ব্যৱহাৰ Computer System ত এক Display unit ৰ দৰেই কাম কৰে ৷



এখন ভাল Display বহুত মহত্ত্বপূৰ্ণ  হব পাৰে যিকোনো User Experience ৰ বাবেই ৷ Display Technology ত নতুনত্বৰ আগমনে Display device ৰ qualities ত বহুত  আধুনিকত্ব আনি দিছে ৷ এতিয়া Desktop Computers বহুত প্ৰকাৰ (Variety) ৰ উপলব্ধ হৈছে ৷  তাত ব্যৱহাৰ হোৱা Technology ৰ ব্যৱহাৰে, যেনে CRT monitor আদি কৰি latest slim LCD, LED আৰু OLED monitors ইত্যাদি ৷ 



যিকোনো monitor ৰ performance জুখিব (measure) ৰ বাবে বহুতো parameters আছে, যেনে luminance, contrast ratio, resolution, dot pitch , response time, refresh rate আৰু power consumption, লগতে যি সাধাৰণ সমস্যা প্ৰায়ে উৎপন্ন হয় monitor ত সেইটো হল dead pixels, blurred screen, phosphor-burn ইত্যাদি ৷ সেয়েহে মই আজি ভাবিলো যে আপোনালোকক ইয়াৰ বিষয়ে অবগত কৰাও যে মনিটৰ কি হয় ৷ এই সম্পৰ্কে  আপোনালোকে ও যিবোৰ কথা নাজানে ইয়াৰ দ্বাৰা অবগত হব পাৰিব৷ তেন্তে আহক বেছি পলম নকৰি আৰম্ভ কৰো আৰু Computer monitor in Assamese ৰ বিষয়ে বিতংকৈ আলোচনা কৰো ৷ 




মনিটৰ কি (What is Monitor in Assamese)



computer history in assamese, introduction  of computer, parts of computer, Technology, কম্পিউটাৰ আৰু অসমীয়া ভাষা,
কম্পিউটাৰ মনিটৰ



কম্পিউটাৰ  মনিটৰ (Computer monitor) ক technically visual display unit কোৱা হয় ৷ এইটো এটা output device হয়, যিয়ে CPU (কম্পিউটাৰৰ মগজু) ৰ সকলোবোৰ তথ্য monitor screen ত দেখুৱাই ৷ এইটো এটা interface ৰ দৰেই হয় CPU আৰু User ৰ মাজত ৷ এডাল cable টাৰ সংযোগ কৰা হয় vedio adaptor ৰ লগত বা vedio card ৰ লগত, যি কম্পিউটাৰৰ  motherboard ৰ লগত সংলগ্ন কৰা থাকে ৷ 



মনিটৰ প্ৰায় একে দেখি টেলিভিছনৰ (television) লগত ৷ মনিটৰ আৰু টেলিভিছনৰ মাজত থকা প্ৰধান পাৰ্থক্য হল monitor ত television tuner নাথাকে channels (চেনেল) সলনি কৰিবলৈ ,  যিটো television ত থাকে ৷  monitor ত higher resolution display থাকে television ৰ তুলনাত ৷ এটা higher display resolution এ  সৰু  আখৰ  (letter)  আৰু fine graphics দেখাত সুবিধা প্ৰদান কৰে ৷ 



এটা মনিটৰক screen, display, video display, video display terminal, video display unit, video screen আদি নামেৰে জনা যাই ৷



মনিটৰৰ আৱিষ্কাৰ কোনে কৰিছিল ?



পোন প্ৰথমে cathode ray monitor ৰ আৱিষ্কাৰ Karl Ferdinand Braun য়ে কৰিছিল ১৮৯৭ চনত ৷ ১৮৯৭  চনত তেওঁ প্ৰথম cathode ray tube আৱিষ্কাৰ কৰিছিল ৷






introduction  of computer,Monitor,Technology,computer history in assamese,Assamese,parts of computer,কম্পিউটাৰ আৰু অসমীয়া ভাষা,computers,



No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.